হৰপ্পা কত আৰু কিয় বিখ্যাত ?

হৰপ্পা বৰ্তমান পাকিস্তান মন্টে গোমাৰী জিলাত হৰপ্পা অৱস্থিত । ইয়াত প্ৰাচীন সিন্ধু সভ্যতাৰ নিদৰ্শন আৱিষ্কৃত হৈছিল ।