কৰ্টানক ৰাজ্যত সোনৰ খনি আৰু সোন পোৱা যায় ।
Month: February 2021
ভাতৰত কোন কোন ৰাজ্যত হীৰা পোৱা যায় ?
মধ্য প্ৰধেশৰ পান্নাত ।
ভাৰতৰ কৃষিজাত দ্ৰব্য কি কি ?
ধান গম যৱ সৰিয়হ বাৰ্লি মাকৈ কুঁহিয়াৰ বাদাম বজ্ৰা কফি ৰবৰ কপাহ ধঁপাত ইত্যাদি ।
ভাৰতৰ প্ৰধান ৰপ্তানি বস্তবোৰ কি কি?
চাহ মৰাপাট সামগ্ৰী কপাহ চামৰা মচলা ইলেক্ৰনিক সামগ্ৰী আদি ।