ভাৰতৰ কংগ্ৰেছৰ অধিৱেশন প্ৰথম হয় মুম্বাইত ১৮৮৫ চনত ।
Month: February 2021
আমাৰ দেশসনৰ চাৰিসীমা কি ?
আমাৰ দেশখনৰ চাৰিসীমা হ’ল পূবে- ম্যানমাৰ, পশ্চিমে- আৰব সাগৰ আৰু পাকিস্তান, উত্তৰে- হিমালয়, দক্ষিণে- ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা ।
ভাৰতৰ ভৌগলিক আয়তন কিমান ?
ভাৰতৰ ভৌগলিক আয়তন হৈছে ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ ।
আমাৰ দেশখনত নাম ভাৰত হোৱাৰ কাৰণ কি ?
আমাৰ দেশখনত নাম ভাৰত হোৱাৰ কাৰণ হোৱাৰ কাৰণ হোৱাৰ কাৰণ হ’ল আতীজত ‘ভাৰত’ নামৰ এজন ৰজাই ইয়াত ৰাজত্ব কৰা বাবে এই দেশৰ নাম ‘ভাৰত’ হৈছে ।