Rom বুলিলে কি বুজায় ?

Rom মানে Read Only Memory হল কম্পিউটাৰ এনে এটা স্মৃতি অংশ যত তথ্যবোৰ চিৰস্থায়ীভাৱে সংৰক্ষন কৰিব পাৰি । ইয়াত কেৱল তথ্যবোৰ অধ্যয়নহে কৰিব পাৰি কিন্ও লিখিব নোৱাৰি ।