ROM বুলিলে কি বুজায়?

ROM মানে Read only memory হল কম্পিউটাৰৰ এনে এটা স্মৃতি অংশ, যত তথ্যবোৰ চিৰস্থায়ীভাৱে সংৰক্ষন কৰিব পাৰি । ইয়াত কেৱল তথ্যবোৰ অধ্যয়নহে কৰিব পাৰি কিন্ও লিখিব নোৱাৰি ।