কম্পিউটাৰ ছফটৱেৰ বুলিলে কি বুজা?

কম্পিউটাৰ সূচী বা প্ৰগ্ৰাম বোৰেই হল ছফটৱেৰ । যিবোৰ সূচী বা প্ৰগ্ৰামৰ আধাৰত তথ্য সমূহ গ্ৰহন কৰি নিৰ্ধাৰিত প্ৰনালীৰ এক পূৰ্ন প্ৰক্ৰিয়া সমাপন কৰি ব্যৱহাৰোপযোগী ফলাফল পোৱা হয় সেয়াই হল ছফটৱেৰ ।