ভাৰতৰ প্ৰধান নদীকেইখনৰ নাম কি?

গংগা, সিন্ধু ব্ৰহ্মপুত্ৰ গোদাবৰী কাবেৰী নৰ্মদা যমুনা, তাপ্তি কৃষ্ণা শতদ্ৰু গোমতী সৰস্বতী মহানদী চম্বল বৰাক ইত্যাদি।