ইং ১৮৫৭ চনৰ ক্ৰান্তি ক’ৰ পৰা আৰম্ভ হৈছিল ?

ইং ১৮৫৭ চনৰ ক্ৰান্তি বেৰেকপুৰৰ সৈনিক শিৱিৰৰ পৰা আৰম্ভ হৈছিল ।