এতিয়ালৈকে আটাইটকৈ বেছি ব্যয় বহুল আৰু বৃহওম মহাকাশ যান কোনে উপক্ষেপন কৰিছে ?

মাৰ্কিন যুক্তৰাষ্ট্ৰ নাছা ১৫-১০-৯৭ চনত কেপ্কেনাভেৰাল কানাডা স্পেছ চেন্টাৰ পৰা ৫৬৭০কিঃ গ্ৰাঃ ওজনৰ তিনি মহলীয়া ঘৰ এটাৰ সমান মহাকাশযান এখন শনি গ্ৰহলৈ পঠিয়াইছে ।যানখনে ২০০৪চনত শনিৰ কক্ষপথত প্ৰৱেশ কৰিছে ।