ক্ৰম জম কাক বোলে ?

কোষ বিভাজন হোৱাৰ পিছত নিউক্লিয়াছৰ ভিতৰত কিছুমান সূক্ষ্ম সূতাৰ দৰে ঘন বস্ও দেখা যায় । এই সূতাৰ দৰে পদাৰ্থকে কয় ক্ৰম জম । ক্ৰম জমেই জীৱৰৰ বংশগতি প্ৰকৰন প্ৰজাতি ইত্যাদি বিৱৰ্তনৰ মূল ভিওি । ক্ৰমজম খকা জিন বোৰেই বংশগতিৰ একক ।