চন্দ্ৰত জীৱ আছেনে ?যদি আছে কেনে ধৰনৰ জীৱ ?

চন্দ্ৰত কোনো ধৰনৰ জীৱ নাই । ইয়াত বতাহ নাই আবওৱা নাই ।ৰদ পৰা ঠাইত প্ৰচুৰ গৰম ৰদ নপৰা সময়ত প্ৰচগু চেঁচা । গতিকে তাত জীৱ থকাটো সম্ভৱ নহয় ।