ভাৰতৰ কেতিয়াৰ পৰা নিয়মিতভাৱে লোক-গণনা কৰিবলৈ লোৱা হৈছে ?

ভাৰতৰ ইং ১৮৮১ চনৰ পৰা নিয়মিতভৱে লোক-গণনা কৰিবলৈ লোৱা হৈছে ।