শ্ব মেকাৰ লেভী -৯(shoc Maker Levy-9 কি বস্ও ?

এটা ধূমকেতু । ১৯৯৪ চনত জুলাইৰ ২১-২৪ তাৰিখে ধূমকেতুটোৱে বৃহস্পতি গ্ৰহৰ মধ্যাকৰ্ষন শক্তিৰ লগত সংঘৰ্ষত আহিছিল আৰু ফলত ই ২২ টুকুৰা হৈ বিৰাট বিস্ফৰনৰ সৃষ্টি কৰিছিল ।