সাম্প্ৰতিক কালৰ হলীউদৰ কিম্বদন্তি অভিনেত্ৰী গৰাকী কোন ?

মেৰী লুইচ ষ্ট্ৰীপ । এওঁ এতিয়ালৈকে অভিলেখ সংখ্যক ১৩বাৰ অস্কাৰ বঁটাৰ বাবে মনোনয়ন পাইছে । দুবাৰ অস্কাৰ বঁটা লাভ কৰিছে । ২০০৩চনত সন্মানীয় লাইফ এশ্বিভন্ট বঁটা লাভ কৰে ।