অশোক ধৰ্ম প্ৰচাৰৰ বাবে বিদেশলৈ প্ৰতিনিধি পঠোৱা দেশ দুখনৰ নাম কি কি ?

অশোকৰ ধৰ্ম প্ৰচাৰৰ বাবে বিদেশলৈ প্ৰতিনিধি পঠোৱা দেশ দুখনৰ নাম হল সিংহল (শ্ৰীলংকা ) আৰু চীন দেশ ।