উপগ্ৰহ বুলিলে কি বুজা ?

সূৰ্যৰ চাৰিওফালে যেনেকৈ গ্ৰহবোৰ ঘূৰে তেনেকৈ গ্ৰহৰ চাৰিওফালে যিবোৰ বস্ওপিগু ঘূৰে সেইবোৰকে উপগ্ৰহ বোলে ।