কম্পিউটাৰ প্ৰজন্ম বুলিলে কি বুজা যায় ?

কম্পিউটাৰ নিৰ্মান কৌশল আৰু কাৰ্যক্ষমতাৰ ওপৰত ভিওি কৰ কৰা ভাগ সমূহেই হল প্ৰজন্ম ।