কালিদাস আৰু বৰাহ মিহিৰ কোন ৰজাৰ দৰবাৰৰ অন্য়তম নৱৰত্ন আছিল ?

কালিদাস আৰু বৰাহ মিহিৰ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰজাৰ দৰবাৰা অন্য়তম নৱৰত্ন আছিল ।