গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল ?

গান্ধীজীয়ে অসহযোগ আন্দোলন ১৯২০ চনত আৰম্ভ কৰিছিল ।