জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ মাক আৰু দেউতাকৰ নাম কি আছিল ?

জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ মাকৰ নাম ত্ৰি শলা আৰু দেউতাকৰ নাম সিদ্ধাৰ্থ আছিল ।