ডাইনামো আৰু ইলেক্ট্ৰিক মটৰৰ পাৰ্থক্য কি ?

ডাইনামোৱে যান্ত্ৰিক শক্তি বৈদুতিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু ইলেক্ট্ৰিক মটৰে বৈদুাতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে ।