ডাইলিছিছ কি ?

ছিদ্ৰযুক্ত পাতল ছালৰ সহায়ত তেজৰ পৰা বিষাক্ত আৰু আবৰ্জনাযুক্ত বস্ও আঁতৰাই পোলোৱা এবিধ প্ৰক্ৰিয়া যিটো বিশেষকৈ মানুহৰ কিড্নি অকৰ্মন্য হলে ব্যৱহাৰ কৰা হয় ।