বিজ্ঞান মানে কি ?

প্ৰাকৃতিক ঘটনাৱলী আৰু সেইবোৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সন্বন্ধে পৰীক্ষা আৰু পৰ্যবেক্ষনৰ মাধ্যমেৰে পোৱা সুশৃংখল জ্ঞানকেই বিজ্ঞান বুলি কোৱা হয় ।