বিশ্বৰ অন্য়তম মানৱ নিৰ্মিত আচৰিত বস্ত ভাৰতৰ তাজমহলটো কোনে আৰু কিয় সজাইছিল ?

বিশ্বৰ অন্য়তম মানৱ নিৰ্মিত আচৰিত বস্ত ভাৰতৰ তাজমহলটো মোগল সম্ৰাট চাহজাহানে তেওঁৰ সাম্ৰাজ্ঞী মমতাজ মহলৰ স্মৃতিত সজাইছিল ।