ভাৰতত আৰ্যসমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

ভাৰতত আৰ্যসমাজ ইং ১৮৭৫ চনত প্ৰতিষ্ঠা হৈছিল ।