ভাৰতবৰ্ষত সৰ্বপ্ৰথমে কেতিয়া আৰু ক’ত বেতাঁৰ প্ৰতিষ্ঠান স্থাপিত হয় ?

ভাৰতবৰ্ষত সৰ্বপ্ৰথমে ইংৰাজী ১৯১৪ চনৰ ১৬ মে’ তাৰিখে মাদ্ৰাজত বেতাঁৰ প্ৰতিষ্ঠান স্থাপিত হয় ।