ষড় দৰ্শন কি কি ? প্ৰত্যোকখনৰে ৰচয়িতাৰ নাম কি ?

সাংখ্য দৰ্শন -মহৰ্ষি কপিল পতঞ্জলি বা যোগদৰ্শন – মহৰ্ষি পতঞ্জলি । ন্যায় দৰ্শন – মহৰ্ষি গৌতম । বৈশেষিক -মহৰ্ষি কনাদ । পৃৰ্ব মীমাংসা মহৰ্ষি জৈমিনি । উএৰ মীমাংসা বা বেদান্ত- মহৰ্ষি বেদব্যাস ।