সৌৰজগত বুলিলে আমি কি বুজিব পাৰোঁ ?

সূৰ্যৰ লগত পোনপটীয়াকৈ সম্পৰ্ক থকা গ্ৰহ উপগ্ৰহ আৰু নানা জ্যোতিষ্কক যি খন সৌৰ সংসাৰ গঢ়ি উঠিছে । তাৰ নামেই সৌৰজগত । সৌৰজগত মহাবিশ্বৰ এটা অংশ ।