এলুমিনিয়াম উপাদানৰ বাবে বক্সাইট ভাৰতৰ কত পোৱা যায় ?

বিহাৰ গুজৰাট মহাৰাষ্ট্ৰ কৰ্নাটক তামিলনাডু উৰিষ্যা মধ্যপ্ৰদেশ কাশ্মীৰ গোৱা অন্ধপ্ৰদেশ কেৰেলা আৰু উওৰ প্ৰদেশ বক্সাইট পোৱা যায় ।