দ্বিতীয় চন্দ্ৰগুপ্ত ৰ শাসন কালত ভাৰতলৈ আহা চীন পৰিব্ৰাজক কোন আছিল ?

দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসন কালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক ফাহিয়ান আছিল ।