ধূমকেতুনো কি ?

গ্ৰহৰ দৰে সূৰ্যক প্ৰদক্ষিন কৰা এবিধ জ্যোতিষ্ক । ধূমকেতুৱে সূৰ্যৰ ওচৰত চাপিলে সূৰ্যৰ তাপত গেছৰ আয়তন বঢ়াৰ বাবে দুমুখীয়া নেজৰ সৃষ্টি কৰে । এফালে মূৰ এফালে নেজ । নেজ সদায় সূৰ্যৰ ওলোটাফালে থাকে ।