প্ৰখ্যাত অভিনেত্ৰী নাৰ্গীছে কোনখন কথাছবিৰ প্ৰথম অভিনয় কৰিছিল ?

নাৰ্গীছে শিশু শিল্পী হিচাপে বেবী নাজ নাম লৈ মাক জদ্দান বেগমে অভিনয় কৰা মেডাম ফ্যশ্যন নামৰ ছবিখনৰ অভিনয় কৰিছিল ।