প্ৰথম হিন্দী সবাক কথাছবিৰ কি ?

১৯৩১ চনত ইম্পেৰিয়েল ফিল্ম কোম্পানীৰ আৰ্দেশী ইৰানীৰ প্ৰযোজনাত আৰু পৰিচালনাত কৰাা আলম আৰা । সংগীত পৰিচালনা ফিৰোজ ।