ভাৰতবৰ্ষত ৰে’ল -সেৱা আৰু ডাক -সেৱা কাৰ শাসনকালত প্ৰৱৰ্তিত হয় ?

ভাৰতবৰ্ষত ৰে’ল- সেৱা আৰু ডাক-সেৱা লৰ্ড ডেলহাউচিৰ শাসনকালত প্ৰৱৰ্তিত হয় ।