ভাৰতৰ আদিবাসীসকল কোন কোন ?

আৰ্যসকল ভাৰততৈ অহা আগতে যিসকলে ভাৰতৰ বাস কৰিছিল তেওঁলোকে আদিম অধিবাসী বোলা হয় । কোল ভীল কুকী লুচাই গগা বড়ো মুগুা ওৰাং আদি জাতিয়েই আদিম অধিবাসীসকলে বংশধৰ ।