ভাৰতৰ প্ৰথম প্ৰদৰ্শন কৰা চলচ্চিত্ৰ কোনখন ?

১৮৯৬ চনৰ ৭জুলাইত লুমিয়েৰ ভাতৃদ্বয়ে পোন প্ৰথমে বিদেশী নিৰ্বাক চলচ্চিত্ৰ এখন মুম্বাইত প্ৰদৰ্শন কৰে ।