ভাৰতৰ প্ৰাচীন সভ্যতাৰ সূচনা কেতিয়া হয় ?

খ্ৰীষ্ট পূৰ্ব ৩০০০-১৫০০০ বছৰৰ সিন্ধু নাৰ পাৰত প্ৰাচীন সভ্যতাৰ সূচনাৰ হৈছিল । খনন কাৰ্য চলাই মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাৰ নিদৰ্শন উদ্ধাৰ কৰা হয় ।