মহাকাশ কেন্দ্ৰৰ কি ?

মহাকাশ গৱেষনাৰ কাৰনে পৃথিৱীৰ কক্ষপথত মহাকাশ কেন্দ্ৰ স্থাপন কৰা হয় । ইও এটা কৃত্ৰিম উপগ্ৰহই । ইয়ালৈ পৃথিৱীৰ পৰা যাত্ৰী অনা নিয়া কৰাৰ ব্যৱস্থা আছে ।