ৰজা বিক্ৰমাদিত্য় ৰাজসভাৰ নৱৰত্নকেইজনৰ নাম লিখা ?

ৰজা বিক্ৰমাদিত্য় ৰাজসভাৰ নৱৰত্ন কেইজনৰ নাম হ’ল বেতালভট্ট, কালিদাস বৰৰুচি, খপনক, শঙ্কু, ঘটকৰ্পূৰ, বৰাহমিহিৰ, অমৰসিংহ, ধন্বন্তৰী।