কৰ্ণাটকৰ শ্ৰাৱণবেলাগোলাত অৱস্থিত ভাৰতবৰ্ষৰ সৰ্বোচ্চ মূৰ্তিটোৰ নাম কি ?

কৰ্ণাটকৰ শ্ৰাৱণবেলাগোলাত অৱস্থিত ভাৰতবৰ্ষৰ সৰ্বোচ্চ মূৰ্তিটোৰ নাম হৈছে শ্ৰীগোমতেশ্বৰ মূৰ্তি বা ভগৱান বাহুবলী ।