নেতাজীৰ ‘আজাদ হিন্দু ফৌজ’ৰ তিনিগৰাকী বিশিষ্ট পদাধিকাৰীৰ নাম লিখা ?

নেতাজীৰ ‘আজাদ হিন্দু ফৌজ’ৰ তিনিগৰাকী বিশিষ্ট পদাধিকাৰীৰ নাম হৈছে কেপ্টেইন শ্বাহনাৱাজ খান, কেপ্টইন পি কে চাইগল আৰু লেফটেনেন্ট গুৰুবক্স সিংহ ধিলন ।