মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই ঠাইজোখৰ কিমানটা দ্বীপ লগ লাগি গঠিত হৈছে ?

মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই ঠাইজোখৰ সাতটা দ্বীপ লগ লাগি গঠিত হৈছে ।