সন্মিলিত ৰাষ্ট্ৰসংঘৰ প্ৰথম মহিলা সভাপতি আৰু প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত কোন আছিল ?

সন্মিলিত ৰাষ্ট্ৰসংঘৰ প্ৰথম মহিলা সভাপতি আৰু প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিত আছিল ।