দাৰ্জিলিং চহৰৰ টাইগাৰ হিল কি কাৰণত বিখ্য়াত ?

দাৰ্জিলিং চহৰৰ টাইগাৰ হিলৰপৰা কাঞ্চনজংঘা শৃংগ স্পষ্ট ৰূপত চাব পাৰি কাৰণে বিখ্য়াত ।