ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেডালৰ নাম কি ?

ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা ।