ভাৰতৰ ভূ-ভাগত থকা আগ্নেয়গিৰি বিশিষ্ট দ্বীপ দুটাৰ নাম কি ?

ভাৰতৰ ভূ-ভাগত থকা আগ্নেয়গিৰি বিশিষ্ট দ্বীপ দুটাৰ নাম হৈছে নাৰকোণ্ডম আৰু বেৰেণ ।