ভাৰতৰ উচ্চতম তোৰণ বুলন্দ দৰৱাজত আছে ।
Month: April 2021
ভাৰতৰ উচ্চতম শৃংগটোৰ নাম কি ?
ভাৰতৰ উচ্চতম শৃংগটোৰ নাম হৈছে কাঞ্চনজংঘা ।
ভাৰতৰ উচ্চতম বিমান বন্দৰ ক’ত অৱস্থিত ?
ভাৰতৰ উচ্চতম বিমান বন্দৰ দৌলতবেগ অল্ডিত অৱস্থিত ।
ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি ?
ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম হৈছে লাক্ষাদ্বীপ ।