ইং ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত থকা মোগল সম্ৰাটগৰাকীৰ নাম কি ?

ইং ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত থকা মোগল সম্ৰাটগৰাকীৰ নাম হৈছে বাহাদুৰ শ্বাহ জাফৰ ।