‘উটি’ ভাৰতৰ এখন আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ । এই কেন্দ্ৰৰ প্ৰকৃত নাম কি ?

‘উটি’ ভাৰতৰ এখন আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ । এই কেন্দ্ৰৰ প্ৰকৃত নাম হৈছে উদগামণ্ডলম ।