চুলতান মামুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বজটোৰ নাম কি ?

চুলতান মামুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বজটোৰ নাম হৈছে কৰ্ণাটকৰ বিজাপুৰত থকা গোলা গম্বুজ ।